বন্ধ নহয় চৰকাৰী নিযুক্তি | কি কলে ড. হিমন্ত বিশ্ব শৰ্মাই@Joboinfo - Jobinfo

Download Our Android Application Jobinfo Assam From WWW.mediafire.com

Went to Get Free Job Alert On Your Mobile
Facebook Page
Whats App
Instagram

01 May 2020

বন্ধ নহয় চৰকাৰী নিযুক্তি | কি কলে ড. হিমন্ত বিশ্ব শৰ্মাই@Joboinfo



বন্ধ হব নেকি অসমত চৰকাৰী চাকৰিৰ নিযুক্তি ? 
Assam Govt, Recruitment


ইফালে ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজ্যৰ নিৱনুয়াৰ সংখ্যা। বহিৰাজ্যত কৰ্মৰত শ্ৰমিক সকল ওভতি অহাৰ ফলত আৰু অধিক নিবনুৱা সমস্যা বৃদ্ধি পাব।

আজিৰ সংবাদ মেলত চৰকাৰী নিয়োগ সম্পৰ্কত কি কলে মাননীয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই...
আজি কেইবাদিনো ধৰি চৰকাৰী চাকৰি সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বিতৰ্কিত বাতৰি প্ৰচাৰ কৰি আহিছে। আজি এক সংবাদমেলত অসমৰ মাননীয় বৃত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো ভুৱা তথ্য নস্যাৎ কৰি কয় যে আমি সকলো কাম চলাই যাব লাগিব।

● অহাকালি ঘোষণা কৰা হব স্বাস্থ্য বিভাগৰ ৪৫২ টা পদৰ ফলাফল।
● এইকেইদিনত ওলাব নতুন প্ৰায় ১,০০০ পদৰো বিজ্ঞাপন ওলাব।
● এই পদবোৰৰ বাবে ইতিমধ্যে বিত্ত বিভাগে অনুমোদন দিছে।
● সকলো বিভাগত খালী হোৱা পদবোৰৰ নিয়োগ চলি থাকিব বুলি মন্তব্য কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই